১৬ জুলাই দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯৭ তম (অধিবৰ্ষত ১৯৮ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৬৮ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-