মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা

২০১৫ চনৰ ১৪ ডিচেম্বৰৰ মানৱ উন্নয়ন সূচক অনুযায়ী দেশসমূহ[1]
মানৱ উন্নয়ন সূচক অনুযায়ী অতি উচ্চ মানৱ উন্নয়ন (বিকশিত), উচ্চ মানৱ উন্ননয়ন (ৱিকশিত), মজলীয়া মানৱ উন্নয়ন (বিকাশশীল) আৰু নিম্ন মানৱ উন্নয়ন (অবিকশিত) দেশসমূহ[1]

এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।[2]

২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।[3]

সূচী

Other Languages
oʻzbekcha/ўзбекча: Inson omilining taraqqiyoti indeksi