বৃহস্পতি গ্ৰহ
English: Jupiter

বৃহস্পতি গ্ৰহ বৃহস্পতিৰ জ্যোতিৰ্বৈজ্ঞানিক একক
চিত্ৰখন ডাঙৰকৈ দেখাৰ বাবে চিত্ৰত ক্লিক কৰক
চিত্ৰখন ডাঙৰকৈ দেখাৰ বাবে চিত্ৰত ক্লিক কৰক
বিৱৰণ
বিশেষণ Jovian
কক্ষপথৰ বৈশিষ্ট্য
যুগ জে২০০০
অপসূৰ ৮১৬,৬২০,০০০ কিমি[1][2]
৫.৪৬ এইউ
৫০৭,০০০,০০০ মাইল
অনুসূৰ ৭৪০,৫২০,০০০ কিমি
৪.৯৫ এইউ
৪৬০,২৮০,০০০ মাইল
অৰ্ধ-মুখ্য অক্ষ ৭৭৮,৩০০,০০০ কিমি
৫.২০৩৩৬৩০১ এইউ
৪৮৩,৬৮০,০০০ মাইল
উৎকেন্দ্ৰতা ০.০৪৮৩৯২৬৬
পৰ্যায়কাল ৩৯৮.৮৮ দিন
গড় কক্ষীয় দ্ৰুতি ১৩.০৭ কিমি/ছে
নতি ১.৩০৫৩০°
(৬.০৯° সূৰ্য ৰ বিষুবৰ লগত)
উদ্বিন্দুৰ দ্ৰাঘিমা ১০০.৫৫৬১৫°
অনুসূৰৰ উৎপত্তি ১৪.৭৫৩৮৫°
উপগ্ৰহসমূহ ৬৩
ভৌতিক বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ ৭১,৪৯২ কিমি
(পৃথিৱীৰ ১১.২০৯ গুণ)
মেৰু ব্যাসাৰ্ধ ৬৬,৮৫৪ কিমি
(পৃথিৱীৰ ১০.৫১৭ গুণ)
পৃষ্ঠৰ ক্ষেত্ৰফল  
(পৃথিৱীৰ ১২০.৫ গুণ)
আয়তন ১.৪৩১২৮×১০১৫ 
(পৃথিৱীৰ ১৩২১.৩ গুণ)
ভৰ  কেজি
(পৃথিৱীৰ ৩১৭.৮ গুণ)
গড় ঘনত্ব ১.৩২৬ g/cm
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ ২৪.৭৯ মি/ছে
(২.৩৫৮ g)
পলায়ন বেগ ৫৯.৫ কিমি/ছে
নাক্ষত্ৰিক ঘূৰ্ণনকাল ৯.৯২৫০ h[3]
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ ১২.৬ কিমি/ছে = ৪৫,৩০০ কিমি/ঘণ্টা
অক্ষীয় ঢাল ৩.১৩°
উত্তৰ মেৰুৰ বিষুৱাংশ ২৬৮.০৫° (১৭ ঘ ৫২ মি ১২ ছে)
উত্তৰ মেৰুৰ বিষুৱলম্ব ৬৪.৪৯°
প্ৰতিফলন অনুপাত ০.৫২
পৃষ্ঠৰ তাপমাত্ৰান্যূনতমমধ্যমীয়াসৰ্বোচ্চ
কেলভিন১১০ K১৫২ Kনাই
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ ২০–২০০ কিলোপাস্কেকেল[4] (মেঘৰ আস্তৰ)
আয়তন অনুসৰি সংযুতি ~৮৬%
~১৩% হিলিয়াম
০.১% মিথেন
০.১% পানী বাষ্প
০.০২% এমনিয়া
০.০০০২% ইথেন
০.০০০১% ফছফিন
<০.০০০১০% হাইড্ৰজেন ছালফাইড


বৃহস্পতি গ্ৰহ (ইংৰাজীত: Jupiter জুপিটৰ, আ-ধ্ব-ব: ˈdʒu:.pɪ.tə(ɹ)) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব। বৃহস্পতিসহ আৰু তিনিটা গ্ৰহ অৰ্থাৎ শনি, ইউৰেনাছ আৰু নেপচুনক একেলগে “গ্যাস দানৱ” বোলা হয়। এই চাৰিটাৰ অন্য এটি জনপ্ৰিয় নাম হৈছে জোভিয়ান গ্ৰহ। জোভিয়ান শব্দটি জুপিটাৰ শব্দৰ বিশেষণ ৰূপ। জুপিটাৰৰ গ্ৰীক প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয় “জিউস”। এই জিউসৰ পৰাই জেনো- মূলটি উৎপত্তি হৈছে। এই মূল শব্দৰ দ্বাৰা অন্য বহুটো জুপিটাৰ তথা বৃহস্পতি গ্ৰহ সংশ্লিষ্ট শব্দৰ সৃষ্টি হৈছে। যেনে: জেনোগ্ৰাফিক।[5] পৃথিৱীৰ পৰা চালে বৃহস্পতিৰ ২.৮ আপাত মান পোৱা যায়। এই গ্ৰহটো পৃথিৱীৰ আকাশত দৃশ্যমান তৃতীয় উজ্জ্বল জ্যোতিষ্ক। কেৱল চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ উজ্জ্বলতাৰ এই গ্ৰহটোতকৈ বেছি। অৱশ্যে কক্ষপথৰ কিছু বিন্দুত মঙ্গল গ্ৰহৰ উজ্জ্বলতা বৃহস্পতিতকৈ বেছি হয়। প্ৰাচীনকালৰ পৰাই এই গ্ৰহটো জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিষীসকলৰ বাবে পৰিচিত আছিল। বিভিন্ন সংস্কৃতিৰ প্ৰচুৰ পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাস বৃহস্পতিক কেন্দ্ৰ কৰি বৰ্তমানেও চলি আছে। ৰোমানসকলে গ্ৰহটোৰ নাম পৌৰাণিক চৰিত্ৰ জুপিটাৰৰ নামত ৰাখিছিল। জুপিটাৰ ৰোমান পুৰাণৰ প্ৰধান দেৱতা। এই নামটো “প্ৰাক-ইন্দো-ইউৰোপীয় ধৰ্মৰ” ভোকেটিভ কাঠামোৰ পৰা আহিছে যাৰ অৰ্থ আকাশৰ পিতা[6]

উপগ্ৰহ

বৃহষ্পতিৰ ৬৩টা উপগ্ৰহ আছে। ইয়াৰ মাজৰ ৪৭টাৰ ব্যাস ১০ কিলোমিটাৰৰো কম আৰু ১৯৭৫ চনৰ পিছত আৱিস্কাৰ কৰা হৈছে। বৃহস্পতিৰ সবাতোকৈ ডাঙৰ চাৰিটা উপগ্ৰহ হ’ল আয়ো, ইউৰোপা, গ্যানিমেড আৰু কেলিষ্টো, এইকেইটাক একেলগে গ্যালিলিঅ’ উপগ্ৰহ বোলা হয় কিয়নো এই গ্ৰহবোৰ গেলিলিঅ’ গেলিলিয়ে আৱিস্কাৰ কৰিছিল। বৃহস্পতিৰ উপগ্ৰহসমূহৰ তালিকা:

  1. মেটিছ (Metis)
  2. এডৰাস্টে (Adrastea)
  3. আমালথে (Amalthea)
  4. থীব (Thebe)
  5. আয়ো (Io)
  6. ইউৰোপা (Europa)
  7. গেনিমেড (Ganymede)
  8. কেলিস্টো (Callisto)
  9. থেমিস্টো (Themisto)
  10. লেডা (Leda)
  11. হিমালিয়া (Himalia)
  12. লিসিথে (Lysithea)
  13. এলাৰা (Elara)
  14. এস/২০০০ জে ১১ (S/2003 J 11)
  15. কাৰ্পো (Carpo)
  16. এস/২০০৩ জে ১২ (S/2003 J 12)
  17. ইউপোৰী (Euporie)
  18. এস/২০০৩ জে ৩ (S/2003 J 3)
  19. এস/২০০৩ জে ১৮ (S/2003 J 18)
  20. থেলযিনো (Thelxinoe)
  21. ইউয়ান্থে (Euanthe)
  22. হেলিকে (Helike)
  23. অৰ্থোছাই (Orhtosie)
  24. লোকাস্টে (Locaste)
  25. এস/২০০৩ জে ১৬ (S/2003 J 16)
  26. প্ৰাক্সিডাইক (Praxidike)
  27. হাৰ্পালাইক (Harpalyke)
  28. নেমে (Mneme)
  29. হাৰমিপ্প (Hermippe)
  30. থাইয়ন (Thyone)
  31. আনাক (Anake)
  32. হাৰ্স (Herse)
  33. এল্টনে (Altne)
  34. কেল (Kale)
  35. টাইগেট (Taygete)
  36. এস/২০০৩ জে ১৯ (S/2003 J 19)
  37. চালডেন (Chaldene)
  38. এস/২০০৩ জে ১৫ (S/2003 J 15)
  39. এস/২০০৩ জে ১০ (S/2003 J 10)
  40. এস/২০০৩ জে ২৩ (S/2003 J 23)
  41. এৰিনম (Erinome)
  42. এওয়েডে (Aoede)
  43. কালিচোৰ (Kallichore)
  44. কালাইক (Kalyke)
  45. কাৰমে (Carme)
  46. কালিৰহ (Callirrhoe)
  47. ইউৰিডোম (Eurydome)
  48. পেছিথী (Pasithee)
  49. কোৰ (Kore)
  50. চাইলীন (Cyllene)
  51. ইউকেলাড (Eukelade)
  52. এস/২০০৩ জে ১৪ (S/2003 J 14)
  53. পেচিফে (Pasiphae)
  54. হেজেমোন (Hegemone)
  55. আৰ্কে (Arche)
  56. আইসোন (Isonoe)
  57. এস/২০০৩ জে ৯ (S/2003 J 9)
  58. এস/২০০৩ জে ৫ (S/2003 J 5)
  59. চিনোপ (Sinope)
  60. স্পোণ্ড (Sponde)
  61. অটোনো (Autonoe)
  62. মেগাক্লাইট (Megaclite)
  63. এস/২০০৩ জে ২ (S/2003 J 2)
কেলিষ্টো, গ্যানিমেড, বৃহস্পতি আৰু ইউৰোপ
Other Languages
Afrikaans: Jupiter
Alemannisch: Jupiter (Planet)
አማርኛ: ጁፒተር
Ænglisc: Þunor (tungol)
العربية: المشتري
مصرى: المشترى
azərbaycanca: Yupiter (planet)
تۆرکجه: موشتری
башҡортса: Юпитер
Bali: Jupiter
žemaitėška: Jopėteris (planeta)
беларуская: Юпітэр (планета)
беларуская (тарашкевіца)‎: Юпітэр
български: Юпитер (планета)
Banjar: Jupiter
བོད་ཡིག: ཕུར་བུ།
brezhoneg: Yaou (planedenn)
bosanski: Jupiter
Mìng-dĕ̤ng-ngṳ̄: Mŭk-sĭng
нохчийн: Юпитер
ᏣᎳᎩ: ᏧᏈᏓ
کوردی: ھورمز
kaszëbsczi: Jupiter
Cymraeg: Iau (planed)
Zazaki: Jupiter
Ελληνικά: Δίας (πλανήτης)
emiliàn e rumagnòl: Zòbia
English: Jupiter
eesti: Jupiter
euskara: Jupiter
estremeñu: Júpiti (praneta)
suomi: Jupiter
føroyskt: Jupiter
Nordfriisk: Jupiter
Frysk: Jupiter
贛語: 木星
kriyòl gwiyannen: Jupiter (planèt)
Gàidhlig: Am Bliogh
galego: Xúpiter
Avañe'ẽ: Húpiter
ગુજરાતી: ગુરુ (ગ્રહ)
Gaelg: Iupiter
客家語/Hak-kâ-ngî: Muk-sên
Hawaiʻi: Ka‘āwela
Fiji Hindi: Brahaspati
hrvatski: Jupiter
hornjoserbsce: Jupiter
Kreyòl ayisyen: Jipitè (planèt)
magyar: Jupiter
Արեւմտահայերէն: Լուսնթագ
interlingua: Jupiter (planeta)
Bahasa Indonesia: Jupiter
Ilokano: Hupiter
日本語: 木星
la .lojban.: iupiter
Jawa: Yupiter
ქართული: იუპიტერი
Kabɩyɛ: Siipitɛɛrɩ
Kongo: Sumbula
Gĩkũyũ: Jupita
қазақша: Юпитер
ភាសាខ្មែរ: ភពព្រហស្បតិ៍
한국어: 목성
kurdî: Berçîs
коми: Юпитер
kernowek: Yow (planet)
Кыргызча: Юпитер
Lëtzebuergesch: Jupiter (Planéit)
лезги: Юпитер
Lingua Franca Nova: Jupiter
lumbaart: Giove (pianeta)
Malagasy: Jopitera
македонски: Јупитер
മലയാളം: വ്യാഴം
монгол: Бархасбадь
मराठी: गुरू ग्रह
Bahasa Melayu: Musytari
မြန်မာဘာသာ: ကြာသပတေးဂြိုဟ်
مازِرونی: مشتری
Napulitano: Giove
Plattdüütsch: Jupiter (Planet)
Nedersaksies: Jupiter (planeet)
नेपाल भाषा: वृहस्पति ग्रह
Nederlands: Jupiter (planeet)
norsk nynorsk: Planeten Jupiter
norsk: Jupiter
Diné bizaad: Jíbitoo
Livvinkarjala: Jupiter
ଓଡ଼ିଆ: ବୃହସ୍ପତି
Kapampangan: Jupiter
Pälzisch: Jupiter (Planet)
polski: Jowisz
Piemontèis: Gieuv (pianeta)
پنجابی: مشتری
پښتو: مشتري
português: Júpiter (planeta)
Runa Simi: Pirwa
rumantsch: Jupiter (planet)
romani čhib: Kuror
română: Jupiter
armãneashti: Jupiter
русский: Юпитер
русиньскый: Юпітер (планета)
संस्कृतम्: गुरुग्रहः
саха тыла: Юпитер
ᱥᱟᱱᱛᱟᱲᱤ: ᱨᱟᱡᱟ ᱮᱸᱜᱮᱞ
sicilianu: Giovi (pianeta)
Scots: Jupiter
سنڌي: مشتري
davvisámegiella: Jupiter
srpskohrvatski / српскохрватски: Jupiter
Simple English: Jupiter
slovenčina: Jupiter
slovenščina: Jupiter
Soomaaliga: Cirjeex
shqip: Jupiteri
српски / srpski: Јупитер
Seeltersk: Jupiter
Sunda: Jupiter
svenska: Jupiter
Kiswahili: Mshtarii
ślůnski: Jowisz
తెలుగు: గురుడు
тоҷикӣ: Муштарӣ
Türkmençe: Ýupiter
Türkçe: Jüpiter
татарча/tatarça: Юпитер (планета)
тыва дыл: Юпитер
удмурт: Юпитер
ئۇيغۇرچە / Uyghurche: يۇپىتېر
українська: Юпітер (планета)
اردو: مشتری
oʻzbekcha/ўзбекча: Yupiter
vepsän kel’: Jupiter (planet)
Tiếng Việt: Sao Mộc
West-Vlams: Jupiter (planete)
Volapük: Yupiter
Winaray: Hupiter
Wolof: Yupiter
吴语: 木星
მარგალური: დია (პლანეტა)
ייִדיש: יופיטער
Yorùbá: Júpítérì
Vahcuengh: Ndaundeiqfaex
中文: 木星
文言: 歲星
Bân-lâm-gú: Bo̍k-chheⁿ
粵語: 木星
isiZulu: UNdonsakusa