জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন


জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাস (ইংৰাজী: Biological classification) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়৷ তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল৷ চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে৷ বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ. চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে ৷

শ্ৰেণীবিন্যাস বিদ্যাৰ ধাৰাক্ৰম

জীববিজ্ঞানৰ প্ৰধান শ্ৰেণীবিন্যাসগত পদসমূহ
  • অধিজগৎ, ডোমেইন বা সম্ৰাজ্য
  • মহাপৰ্ব (উদ্ভিদবিজ্ঞানত মহাবিভাগ)
    • পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
      • উপপৰ্ব (উপবিভাগ)
        • ইনফ্ৰাপৰ্ব (ইনফ্ৰাবিভাগ)
          • অনুপৰ্ব
  • মহাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
    • কোহৰ্ট (উদ্ভিদবিজ্ঞান)
      • উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
        • ইনফ্ৰাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
  • মহাশ্ৰেণী
    • শ্ৰেণী
      • উপশ্ৰেণী
        • ইনফ্ৰাশ্ৰেণী
          • পাৰ্ভশ্ৰেণী
  • মহাবিভাগ (প্ৰাণীবিজ্ঞান)
    • বিভাগ (প্ৰাণীবিজ্ঞান)
      • উপবিভাগ (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰাবিভাগ (প্ৰাণীবিজ্ঞান)
  • মহালিজন (প্ৰাণীবিজ্ঞান)
    • লিজন (প্ৰাণীবিজ্ঞান)
      • উপলিজন (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰালিজন (প্ৰাণীবিজ্ঞান)
  • মহাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
    • কোহৰ্ট (প্ৰাণীবিজ্ঞান)
      • উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
  • গিগাবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মেগানবৰ্গ বা মেগাবৰ্গ (প্ৰাণীবিজ্ঞান)
      • গ্ৰ্যান্ডবৰ্গ বা কেপ্যাক্সবৰ্গ (প্ৰাণীবিজ্ঞান)
        • মিৰবৰ্গ বা হাইপাৰবৰ্গ (প্ৰাণীবিজ্ঞান)
          • মহাবৰ্গ
            • চিৰিজ (মৎসকুল)
              • বৰ্গ
                • পাৰ্ভবৰ্গ
                  • ন্যানবৰ্গ (প্ৰাণীবিজ্ঞান)
                    • হাইপোবৰ্গ (প্ৰাণীবিজ্ঞান)
                      • মিনবৰ্গ (প্ৰাণীবিজ্ঞান)
                        • উপবৰ্গ
                          • ইনফ্ৰাবৰ্গ
                            • পাৰ্ভবৰ্গ (সাধাৰণত) বা অনুবৰ্গ(প্ৰাণীবিজ্ঞান)
  • অনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
    • উপঅনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
  • গিগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • মেগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
      • গ্ৰ্যান্ডপৰিয়াল (প্ৰাণীবিজ্ঞান)
        • হাইপাৰপৰিয়াল (প্ৰাণীবিজ্ঞান)
          • মহাপৰিয়াল
            • এপিপৰিয়াল (প্ৰাণীবিজ্ঞান)
              • Series (লেপিডোপ্টেৰা)
                • Group (লেপিডোপ্টেৰা)
  • মহাগোত্ৰ
    • গোত্ৰ
      • উপগোত্ৰ
        • ইনফ্ৰাগোত্ৰ
  • গণ
    • উপগণ
      • অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
        • উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
          • চিৰিজ (উদ্ভিদবিজ্ঞান)
            • উপচিৰিজ (উদ্ভিদবিজ্ঞান)
  • মহাপ্ৰজাতি বা প্ৰজাতিশ্ৰেণী
    • প্ৰজাতি
      • উপপ্ৰজাতি
        • ভ্যেৰাইটি (উদ্ভিদবিজ্ঞান) or ফৰ্ম/ মৰ্ফ (প্ৰাণীবিজ্ঞান)
          • উপভেৰাইটি (উদ্ভিদবিজ্ঞান)
            • ফৰ্ম (উদ্ভিদবিজ্ঞান)
              • উপফৰ্ম (উদ্ভিদবিজ্ঞান)




Other Languages
العربية: تصنيف حيوي
azərbaycanca: Bioloji təsnifat
беларуская (тарашкевіца)‎: Біялягічная клясыфікацыя
Mìng-dĕ̤ng-ngṳ̄: Sĕng-ŭk hŭng-lôi-huák
Esperanto: Biologia klasado
𐌲𐌿𐍄𐌹𐍃𐌺: 𐍄𐌴𐍅𐌰𐌽𐍉𐌼𐌾𐌰
客家語/Hak-kâ-ngî: Sâng-vu̍t fûn-lui-fap
Bahasa Indonesia: Klasifikasi ilmiah
日本語: 生物の分類
한국어: 생물 분류
Basa Banyumasan: Klasifikasi Ilmiah
Baso Minangkabau: Klasifikasi ilmiah
Bahasa Melayu: Pengelasan biologi
नेपाल भाषा: जैविक वर्गीकरण
oʻzbekcha/ўзбекча: Biologik klassifikatsiya
Tiếng Việt: Phân loại sinh học
粵語: 物種分類